গ্ৰীষ্মকালত গোৰোহাৰ যত্ন

ঘৰুৱা উপায় অৱলম্বন কৰিয়ে গোৰোহা ফটা কমাব পাৰে।

ইয়াৰ বাবে উপকাৰী হৈছে আলু।

আলুত পোৱা উপাদানসমূহে ছাল মেৰামতি কৰাত সহায় কৰে।

আলুৰ সঠিক ব্যৱহাৰ আপোনাৰ ছালৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদস্বৰূপ।

আলুৰ পেষ্ট বনাই এচামুচ নাৰিকল তেল তথা মৌ মিহলাই ফটা গোৰোহাত লগাব লাগে।

পেষ্টখিনি ১৫ মিনিটমান লগাই তাৰ পিছত কুহুমীয়া পানীৰে ধুব লাগে।

আলুৰ ৰসত থকা মৌলবোৰে মৃত ছালৰ কোষবোৰ আঁতৰাই নতুন স্তৰ সৃষ্টি কৰাত ফলপ্ৰসূ।

যদি আপুনি ক্ৰেক ফ্ৰী হিল পাব বিচাৰে, তেন্তে আলু ব্যৱহাৰ কৰি চাব পাৰে।

মাত্ৰ এসপ্তাহৰ ভিতৰতে আপুনি স্বয়ংক্ৰিয়ভাৱে ইতিবাচক প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিব।

নৃত্যই আপোনাৰ শৰীৰত কেনেধৰনৰ প্ৰভাৱ পেলাই

click here to new story