ইফটাৰত খাব পৰা কেইবিধমান সুস্বাদু মিঠা পৰাঠা

গুৰৰ পৰাঠা-- নাৰিকল, গুৰ আৰু ইলাচি গুৰিৰ মিশ্ৰণ পৰাঠাৰ ভিতৰত দি প্ৰস্তুত কৰা হয়।

মিঠা (চেনী) পৰাঠা-- সাধাৰণ পৰাঠাৰ ভিতৰত চেনী দি প্ৰস্তুত কৰা হয়।

কল পৰাঠা-- পিটিকি লোৱা পকা কল, গুৰ বা চেনীৰ মিশ্ৰণ পৰাঠাৰ ভিতৰত দি প্ৰস্তুত কৰা হয়।

নাৰিকল পৰাঠা-- নাৰিকল আৰু ড্ৰাই ফ্ৰুটছৰ মিশ্ৰণ পৰাঠাৰ ভিতৰত দি প্ৰস্তুত কৰা হয়।

চকলেট পৰাঠা-- সাধাৰণ পৰাঠাৰ ভিতৰত কুটি লোৱা চকলেট দি প্ৰস্তুত কৰা হয়।

ড্ৰাই ফ্ৰুটছ পৰাঠা-- কুটি লোৱা কাঠবাদাম, কাজু, পিষ্টা,আৰু মৌৰ মিশ্ৰণ পৰাঠাৰ ভিতৰত দি প্ৰস্তুত কৰা হয়।

মালাই পাৰাঠা-- সাধাৰণ পৰাঠাৰ ভিতৰত চেনী মিহলি ক্ৰীম দি প্ৰস্তুত কৰা হয়।

আপেল ডালচেনী পৰাঠা-- মিহি কৰি লোৱা আপেল, ডালচেনী আৰু চেনীৰ মিশ্ৰণ পৰাঠাৰ ভিতৰত দি প্ৰস্তুত কৰা হয়।

প্ৰথমবাৰৰ বাবে ছুইম ছ্যুট ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছে ধৰ্মীয়ভাৱে ৰক্ষণশীল দেশ ছৌদি আৰবে

click here to new story