বেছিভাগ লোকৰ মতে, বাগিচাত কাম কৰিলে মেজাজৰ সতেজতা বৃদ্ধি আৰু উদ্বিগ্নতা হ্ৰাস হয়

সুন্দৰ ফুল আৰু সতেজ শাক-পাচলি দিয়াতকৈও বহুত বেছি স্বাস্থ্যৰ উপকাৰ সাধন কৰে

নিয়মীয়াকৈ বাগিচাৰ কাম কৰা লোকসকলৰ শৰীৰত এণ্ড’ৰ্ফিন নামৰ হৰম’ন নিৰ্গত হয়

যিয়ে সন্তুষ্ট আৰু শিথিল অনুভৱ কৰাত সহায় কৰে

কেৱল এঘণ্টামান বাগিচাৰ কাম কৰিলেই শৰীৰৰ পৰা প্ৰায় ৩৩০ কেলৰি হ্ৰাস কৰাত সহায়ক হয়

বাগিচাৰ কাম কৰা লোকৰ শৰীৰৰ ভৰ সূচকাংক যথেষ্ট কম হোৱাৰ লগতে অতিৰিক্ত ওজন বা মেদবহুল হোৱাৰ সম্ভাৱনাও কম

বাগিচাৰ কাম কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক হয় আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে

নিয়মীয়াকৈ বাগিচাৰ কাম কৰিলে ডিমেনচিয়া ৰোগৰ উপশমত সহায়ক হয়

গ্ৰীষ্মকালৰ বাবে কেইবিধমান শীতল খাদ্য

click here to new story