ভাৰতত শীঘ্ৰে মুকলি হবলগীয়া ৫ খন বহু প্ৰত্যাশিত বৈদ্যুতিক বাহন
টাটা হেৰিয়াৰ ইভি (Tata Harrier EV): এই বৈদ্যুতিক SUV বাহনখন চলিত বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ মূল্য প্ৰায় ₹৩০ লাখ।
এম জি চাইবাৰষ্টাৰ (MG Cyberster): এই বৈদ্যুতিক বাহনখন চলিত বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ মূল্য প্ৰায় ₹৮০ লাখ।
কিয়া কেৰেন্স ইভি (Kia Carens EV): এই বৈদ্যুতিক এমপিভি বাহনখন চলিত বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ মূল্য প্ৰায় ₹১৬ লাখ।
এমজি এম৯ (MG M9): এই বৈদ্যুতিক SUV বাহনখন চলিত বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে যাৰ মূল্য প্ৰায় ₹৭০ লাখ।
মহিন্দ্ৰা এক্স ই ভি ৪ই (XEV 4e): এই বৈদ্যুতিক SUV বাহনখন অতি সোনকালে মুকলি হোৱাৰ সম্ভাৱনা আছে যাৰ মূল্য প্ৰায় ₹১৩ লাখ।
সৰ্বাধিক কোটিপতি থকা ভাৰতৰ শীৰ্ষ ১০ খন চহৰ