ভাৰতে ৬ বাৰকৈ দখল কৰিছে মিছ ৱৰ্ল্ড খিতাপ

লণ্ডনত মিছ ৱৰ্ল্ড ১৯৬৬ খিতাপ দখল কৰা প্ৰথমগৰাকী মিছ ইণ্ডিয়া আছিল ৰেইতা ফাৰিয়া

১৯৯৪ চনত এই খিতাপ দখল কৰা দ্বিতীয়গৰাকী ভাৰতীয় আছিল ঐশ্বৰ্য ৰায়

অভিনেত্ৰী তথা মডেল ডায়েনা হেডনে ১৯৯৭ চনত মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছিল

১৯৯৯ চনত যুক্তা মুখীয়ে মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰিছিল

গ্লোবেল তাৰকা প্ৰিয়ংকা চোপ্ৰাই ২০০০ চনত মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছিল

২০১৭ চনত মানুষী চিল্লাৰে মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছিল

গ্ৰীষ্মকালৰ বাবে কেইবিধমান শীতল খাদ্য

click here to new story