কদম ফলৰ ঔষধি গুণাগুণ

আয়ুৰ্বেদত কদমৰ পাত, ফলমূল আৰু ফুলৰ দ্বাৰা ঔষধ প্ৰস্তুত কৰা হয়

এই ফলত বিভিন্ন ধৰণৰ ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

কদম ফলত ভিটামিন চি আৰু ইয়াত থকা আইৰণে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়

কদম ফল মহিলাৰ বাবে অতি উপকাৰী। এই ফলটোৱে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে

কদম ফল পুৰুষৰ বাবেও উপকাৰী। এই ফলটোৱে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে

ঐতিহাসিক পুৰণিগুদাম জামে মছজিদ; প্ৰতিষ্ঠা - ১৮২৪; নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ন আলিৰ মূৰত অৱস্থিত এই মছজিদটো

click here to new story