পানৰ ঔষধি গুণ

কোষ্ঠকাঠিন্যৰ বাবে পান হৈছে এক কাৰ্যকৰী প্ৰতিকাৰ। পানৰ সঠিক সেৱনে কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

কোষ্ঠকাঠিন্যত ভোগাসকলে সতেজ পান চোৱাই খাব লাগে। ৰাতিপুৱা, খালী পেটত বা আহাৰ খোৱাৰ কিছু সময় পূৰ্বে খাব লাগে।

পানবোৰ খোৱাৰ আগত আধা ঘণ্টা পানীত তিয়াই ৰাখিব লাগে। তাৰ পিছত ইয়াক পানীৰ পৰা উলিয়াই থব লাগে।

পানত ৰেজিন আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি পাকস্থলীৰ পাচন তন্ত্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

সম্পূৰ্ণ দিনটোত কমেও ১-২বাৰ পান খাব লাগে। পান প্ৰচুৰ পৰিমাণে আঁহযুক্ত। যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে।

পানৰ ব্যৱহাৰে শৰীৰত জমা হোৱা ময়লা আঁতৰ কৰাত সহায় কৰে। শৰীৰটো বিষমুক্ত কৰে।

কিছুদিনৰ বাবে একেৰাহে পান খালে দীৰ্ঘম্যাদী কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব পাৰে।

ৰহস্যজনভাৱে অন্তৰ্ধান হোৱা বিশ্বৰ কেইটামান প্ৰাচীন সভ্যতা

click here to new story