প্ৰজন্ম ধৰি মানুহক আকৰ্ষণ কৰি অহা ১০টা অতি পুৰণি সুগন্ধি ব্ৰেণ্ড

পেনহালিগনছ -- অনন্য আৰু অগতানুগতিক সুবাসৰ অতি জনপ্ৰিয়

আকুৱা দি পাৰমা -- এক ইটালিয়ান পাৰফিউম ব্ৰেণ্ড

কেৰন -- সমৃদ্ধ সুন্দৰ সুবাসৰ বাবে জনাজাত

শ্বানেল -- সুগন্ধিৰ পৃথিৱীত এক স্থায়ী নাম

ক্ৰীড -- সুন্দৰ সুগন্ধি আৰু সূক্ষ্ম কাৰুশিল্পৰ বাবে জনাজাত

ফাৰিনা ১৭০৯ -- পৃথিৱীৰ আটাইতকৈ পুৰণি পাৰফিউম ব্ৰেণ্ড

ফ্লৰিচ -- সুন্দৰ আৰু অত্যাধুনিক সুবাসৰ বাবে জনাজাত

গ্ৰোস্মেথ -- নষ্টালজিয়া আৰু কালজয়ী সুন্দৰতাৰ এক অনুভূতি প্ৰদান কৰে

গোলিন -- বিলাসিতা আৰু সুন্দৰতাৰ প্ৰতীক বুলিও কোৱা হয়

মলিনাৰ্ড -- ব্যতিক্ৰমী সুবাসৰ বাবে সুগন্ধিৰ পৃথিৱীত ১৭০ বছৰতকৈ অধিক সময় ধৰি বিৰাজমান হৈ অহিছে

সংযুক্তা দত্ত

click here to new story