বেবী পাউডাৰ ব্যৱহাৰ কৰোঁতে মনত ৰাখিব
          
          
        
        
      
        
      
            
                 
          
                    
                    
        
         
            
                        পাউডাৰ ব্যৱহাৰৰ সময়ত ইয়াৰ গোন্ধ যাতে সন্তানে নাপায় আৰু মুখলৈ নিনিয়ে।
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        কেতিয়াও পাউডাৰ পোনপটীয়াকৈ সন্তানৰ গাত ঢালি নিদিব৷
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        প্ৰথমে ইয়াক আপোনাৰ হাতৰ তলুৱাত লৈ পাছত লাহে লাহে সন্তানৰ ছালত প্ৰয়োগ কৰিব৷
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        চকু, নাক, মুখ, কাণ আদি সংবেদনশীল অংশৰ চাৰিওফালে পাউডাৰ প্ৰয়োগ নকৰিব।
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        সদায় সীমিত পৰিমাণতহে পাউডাৰ প্ৰয়োগ কৰিব৷
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        সন্তানৰ কাপোৰত যাতে পাউডাৰ লাগি নাথাকে। 
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব৷
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        যদি সন্তানৰ ছাল অত্যন্ত সংবেদনশীল হয়, তেন্তে বেবী পাউডাৰ ব্যৱহাৰ নকৰিব৷   
                    
        
                
       
        
      
            
                 
          
                    
                    
        
         
            
                        প্ৰাকৃতিক আৰু এচবেষ্টছ বিহীন পাউডাৰ ব্যৱহাৰ সুৰক্ষিত বুলি গণ্য কৰা হয়৷
                    
        
                
       
        
      
            
      
          
            
         মহিলাৰ বাবে ১০খন আটাইতকৈ বিপজ্জনক দেশ