বিহুত মাহ-হালধি শৰীৰত লগোৱাৰ তাৎপৰ্য

হালধি পানীৰ সৈতে মিহলাই সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয়

প্ৰতিদিনে কেঁচা হালধি খুন্দি গাখীৰৰ সৈতে গাত সানিলে ৰূপ দুগুণে চৰে

শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিলে তাত হালধি তেল মালিচ কৰিলে উপশম পাব

হালধি মিহিকৈ পিহি গৰুৰ গাখীৰৰ সৈতে মিহলাই মুখত লেপ লগালে মুখৰ ক’লা-বগা দাগ, শালমইনা আদি দূৰ হৈ

মাটিমাহ ভিটামিন বি'ৰে সমৃদ্ধ গতিকে ই আমাৰ ছালৰ বাবে খুবেই উপকাৰ

মাটিমাহে ছালৰ বিভিন্ন সমস্যা বা ৰোগ নিৰাময় কৰাত সহায় কৰে

মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে

মাটিমাহৰ পানীৰে গা ধুলে তথা পেষ্ট লগালে ছালৰ ৰোগ ভাল হোৱাৰ লগতে উজ্জ্বলতা বৃদ্ধি হয়

ছানবাৰ্ণৰ ফলত ছাল ক’লা হোৱা সমস্যা হ্ৰাস কৰাত আৰু শালমনৰ সমস্যা দূৰ কৰাত মাটিমাহে সহায় কৰে

বিশ্বৰ আটাইতকৈ দামী আম

click here to new story