গ্ৰীষ্মকালীন এলাৰ্জী তথা চৰ্ম ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা

গ্ৰীষ্মকালীন ব্যৱহাৰ কৰা কাপোৰ, বিচনা চাদৰ, টাৱেল আদি গৰম পানীত ধুব লাগে

সঘনাই বিচনা চাদৰ আৰু কাপোৰ সলনি কৰিব লাগে।

নিয়মিতভাৱে কাৰ্পেট, বিচনা আদি পৰিস্কাৰ কৰা উচিত

এলাৰ্জি সংক্ৰমিত ব্যক্তিসকলৰ সৈতে দূৰত্ব বজাই ৰাখিব লাগে

এলাৰ্জি প্ৰতিৰোধক ঔষধ ব্যৱহাৰ কৰিব লাগে

গ্ৰীষ্মকালীন ভ্ৰমণৰ সময়ত মন কৰিবলগীয়া কিছুমান কথা

click here to new story