গ্ৰীষ্মকালীন ভ্ৰমণৰ সময়ত মন কৰিবলগীয়া কিছুমান কথা

বতৰৰ পূৰ্বাভাসৰ ওপৰত লক্ষ্য ৰাখিব লাগে

ছাতি, টুপী, স্কাৰ্ফ ছানগ্লাছৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী লগত ৰাখিব লাগে

SPF থকা ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়

পুনৰ ব্যৱহাৰযোগ্য পানীৰ বটল লগত ৰাখিব লাগে

লঘু জলপান লগত ৰাখিব লাগে

দুপৰীয়াৰ প্ৰখৰ ৰ'দত ভ্ৰমণ পৰিহাৰ কৰিব লাগে

ভ্ৰমণ বীমা কৰিব লাগে

বাৰিষাৰ সময়ত পেটৰ সংক্ৰমণ বন্ধ কৰি ৰাখক

click here to new story