কফিৰ সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলায়

দৈনিক ৪০০ মিলিগ্ৰামতকৈ অধিক কফি বা ৪ কাপ কফি সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সমস্যা হব পাৰে

কফিয়ে শৰীৰৰ পেৰাচিম্পেথেটিক ব্যৱস্থাত ব্যাঘাত জন্মায়

হৃদস্পন্দন বৃদ্ধি কৰে

এড্ৰিনেলিনৰ মাত্ৰা বৃদ্ধি কৰে

ক’ৰ’নাৰী ধমনী ৰোগ

হৃদযন্ত্ৰৰ বিকলতা

বৃক্কৰ ৰোগ

ডিমেনচিয়া

বিশ্বৰ বিভিন্ন প্ৰন্তত কেনেদৰে উদযাপন কৰা হয় ঈদ-উজ-জোহা

click here to new story