শীতকালত বাইক চলাওঁতে অনুসৰণ কৰক এই কেইটা উপায়

প্ৰথমে জেকেট, হাতমোজা আৰু হেলমেট আদিৰ দৰে গৰমৰ সাজ পিন্ধিব৷ বাইক চলোৱা লোকসকলে সদায় হেলমেট পিন্ধিব লাগে৷

সদায়ে একাধিক স্তৰৰ কাপোৰ অৰ্থাৎ বডী ৱাৰ্মাৰ পিন্ধিব, ইয়াৰ ওপৰত চুৱেটাৰ তাৰ পিছত এয়াৰপ্ৰুফ জেকেট পিন্ধিব।

জেকেটে বতাহ প্ৰতিৰোধ নকৰিলে জেকেট বা চুৱেটাৰৰ ভিতৰেৰে বুকু আৰু কঁকালত ভালদৰে বাতৰি কাকতৰ ডাঠ স্তৰেৰে ঢাকি লওঁক৷

ভৰিৰ ওপৰতো ২-৩ টা স্তৰৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব৷ ঠাণ্ডাত ডাঠ মোজা আৰু বুট পিন্ধিব লাগে৷

শীতকালত বাইক চলোৱা সময়ত আঁঠু আৰু কিলাকুটিত গ্লৱছ পিন্ধিব লাগে৷ ইয়াৰ ফলত ঠাণ্ডা কম অনুভৱ কৰাব৷

মুখখন ঊণ আৰু গৰম কাপোৰেৰে ঢাকি ল’ব৷ ই মুখত ঠাণ্ডা বতাহ সোমোৱাত বাধা দিব৷

সদায়ে হেলমেটৰ আইনাখন আপোনাৰ চকুৰ সন্মুখত ৰাখিব৷

ঐতিহাসিক পুৰণিগুদাম জামে মছজিদ; প্ৰতিষ্ঠা - ১৮২৪; নগাঁও জিলাৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ন আলিৰ মূৰত অৱস্থিত এই মছজিদটো

click here to new story