ভাৰতৰ অতি জনপ্ৰিয় পখিলা উদ্যান

বাংগালুৰু পখিলা উদ্যান - ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাটাৰফ্লাই ট্ৰেইল থকা এইখন ভাৰতৰ প্ৰথম পখিলা উদ্যান

শিমলা পখিলা উদ্যান - প্ৰায় ৩০০ বিভিন্ন প্ৰজাতিৰ পখিলা থকা এই উদ্যানখন দ্বিতীয়খন পখিলা উদ্যান

থানে ওভালেকাৰ ৱাডি পখিলা উদ্যান - প্ৰায় ১৩২ প্ৰজাতিৰ পখিলা থকা উদ্যানখনত বছৰৰ সকলো সময়তে পখিলা দেখা যায়

গোৱা পখিলা সংৰক্ষক উদ্যান - গোৱাত দৰ্শনাৰ্থীয়ে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকেহে মুক্তভাৱে উৰি যোৱা থকা পখিলা প্ৰত্যক্ষ কৰিব পাৰে

চণ্ডীগড় পখিলা উদ্যান - চণ্ডীগড়ৰ পখিলা উদ্যানখনত প্ৰৱেশ বিনামূলীয়া

ছিকিম পখিলা সংৰক্ষক উদ্যান- ছিকিম হৈছে পখিলাৰ বাবে বিশ্বৰ আদৰ্শ স্থান। ২৯ হেক্টৰ ভূমিৰ এই উদ্যানখন ২০১১ চনত প্ৰতিষ্ঠা হৈছিল

বেছিভাগ লোকৰ মতে, বাগিচাত কাম কৰিলে মেজাজৰ সতেজতা বৃদ্ধি আৰু উদ্বিগ্নতা হ্ৰাস হয়

click here to new story