ভাৰতৰ অতি জনপ্ৰিয় পখিলা উদ্যান

বাংগালুৰু পখিলা উদ্যান - ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাটাৰফ্লাই ট্ৰেইল থকা এইখন ভাৰতৰ প্ৰথম পখিলা উদ্যান

শিমলা পখিলা উদ্যান - প্ৰায় ৩০০ বিভিন্ন প্ৰজাতিৰ পখিলা থকা এই উদ্যানখন দ্বিতীয়খন পখিলা উদ্যান

থানে ওভালেকাৰ ৱাডি পখিলা উদ্যান - প্ৰায় ১৩২ প্ৰজাতিৰ পখিলা থকা উদ্যানখনত বছৰৰ সকলো সময়তে পখিলা দেখা যায়

গোৱা পখিলা সংৰক্ষক উদ্যান - গোৱাত দৰ্শনাৰ্থীয়ে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকেহে মুক্তভাৱে উৰি যোৱা থকা পখিলা প্ৰত্যক্ষ কৰিব পাৰে

চণ্ডীগড় পখিলা উদ্যান - চণ্ডীগড়ৰ পখিলা উদ্যানখনত প্ৰৱেশ বিনামূলীয়া

ছিকিম পখিলা সংৰক্ষক উদ্যান- ছিকিম হৈছে পখিলাৰ বাবে বিশ্বৰ আদৰ্শ স্থান। ২৯ হেক্টৰ ভূমিৰ এই উদ্যানখন ২০১১ চনত প্ৰতিষ্ঠা হৈছিল

ৰহস্যজনভাৱে অন্তৰ্ধান হোৱা বিশ্বৰ কেইটামান প্ৰাচীন সভ্যতা

click here to new story