বিহুৰ বাদ্যযন্ত্ৰসমূহ কিহেৰে তৈয়াৰ কৰা হয়

বিহুৰ বাদ্যযন্ত্ৰসমূহত ধাতুৰ ব্যৱহাৰ একেবাৰে কম

ঢোল-- আম, চাম বা কঠাল গছৰ পৰা ঢোলৰ খোলাটো তৈয়াৰ কৰি জন্তুৰ ছালেৰে দুইমুৰ ঢাকি তৈয়াৰ কৰা হয়

মহৰ শিঙৰপেঁপা-- খাগৰি বা নলেৰে পেঁপাসাজি তাত গেৰা (গেঞাঁ) মহৰ শিং খটুৱাই বিহুৰ অন্যতম বাদ্য মহৰ শিঙৰপেঁপা তৈয়াৰ কৰা হয়

বাঁহী, টকা, গগনা ইত্যাদি বাদ্য বাঁহগছৰ পৰা তৈয়াৰ কৰা হয়

সুতুলি-- কুমাৰ মাটিৰে তৈয়াৰ কৰা হয়

খুটিতাল-- ধাতুৰে নিৰ্মান কৰা হয়

নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ৭ গৰাকী মহিলা মন্ত্ৰী

click here to new story