সাপে কামুৰিলে কি কৰিব

আতংকিত নহৈ সাপে কামোৰা লোকজনক সাহস যোগাওক

সাপে কামোৰা অংশ লৰচৰ নকৰাকৈ ৰাখিব

তৎক্ষণাৎ চিকিৎসাৰ বাবে নিকটৱর্তী স্বাস্থ্য কেন্দ্রলৈ লৈ যাওক

সাপে খুটিওৱা অংশখিনি এডাল লাঠিৰ সহায়ত পোন কৰি লাহেকৈ বান্ধি থ'ব লাগে যাতে লৰচৰ কৰিব নোৱাৰে

সাপে খুটিওৱা অংশত ব্লেড আদিৰে কটা-কটি কৰিব নালাগে

বহু লোকে চুপি পেলাই বিহ উলিওৱাৰ চেষ্টা কৰে এনে কৰাৰ পৰা বিৰত থাকক

সাপে খুটিওৱা অংশ বান্ধি নাৰাখিব

বেজ-বেজালিৰ দ্বাৰা জৰা-ফুকা বা অন্যান্য কোনো চিকিৎসা গ্রহণ কৰিব নালাগে

গ্ৰীষ্মকালীন এলাৰ্জী তথা চৰ্ম ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা

click here to new story