'হীৰামাণ্ডি'ৰ দৃশ্যগ্ৰহণৰ সময়ত মনীষা কৈৰালাৰ কি হৈছিল

সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ছিৰিজ 'হীৰামণ্ডি'ৰ চিত্ৰগ্ৰহণে অভিনেত্ৰী মনীষা কৈৰালাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছিল

মহাকাব্যিক নাটকখনত মনীষা কৈৰালাই গণিকা হিচাপে কৰা অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে

কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী মনীষাই চিত্ৰগ্ৰহণৰ সময়ত প্ৰায়ে ডিপ্ৰেছনত কাম কৰিছিল

তেওঁৰ সঘনাই মেজাজ সলনি হৈছিল আৰু ভাবিছিল এই কাম শেষ হ'লে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব

বিভাজনৰ পূৰ্বৰ ভাৰতবৰ্ষৰ লাহোৰৰ বিখ্যাত ৰেড লাইট ডিষ্ট্ৰিক্ট হীৰামণ্ডি বৰ্তমান পাকিস্তানত অৱস্থিত

১৯২০-৪০ৰ দশকত সংঘটিত ভাৰতীয় স্বাধীনতা বিপ্লৱৰ সময়ছোৱাৰ হীৰামণ্ডিৰ গণিকাসকলৰ ওপৰত নিৰ্মিত ছিৰিজ 'হীৰামণ্ডি'

এই শ্ব’টোত সোনাক্ষী সিনহা, ৰিচা চাধা, অদিতি ৰাও হাইদাৰী আৰু শৰ্মিন ছেগালে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে

পৰ্যটকৰ বাবে আকৰ্ষনীয় ভাৰতৰ আটাইতকৈ ধুনীয়া নদীৰ পাৰ

click here to new story