কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত কি পিন্ধিব অভিনেত্ৰী কিয়াৰা আদৱানীয়ে

আজিৰ আৰম্ভ হোৱা কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত বহু ভাৰতীয় তাৰকাই অংশগ্ৰহণ কৰিব

এই মহোৎসৱৰ ৰেড ছি ফিল্ম ফাউণ্ডেশ্যনৰ উইমেন ইন চিনেমা গালা ডিনাৰত শোভা বঢ়াব কিয়াৰাই

মাৰ্ক বুমগাৰ্ণাৰৰ ডিজাইন কৰা ছিজলিং ৰেড গাউন পিন্ধিব কিয়াৰাই। যিটো এক এৱাৰ্ড শ্ব'ত পিন্ধিছিল

চাডেক মাজেদৰ ডিজাইন কৰা পাউদাৰ নীলা গাউন কিয়াৰাই ৰেড কাৰ্পেটত পিন্ধিব

গৌৰী আৰু নয়নিকাৰ ডিজাইন কৰা ব্লেক গাউন পিন্ধিব কিয়াৰাই। যিটো এক এৱাৰ্ড শ্ব'ত পিন্ধিছিল

কিয়াৰাই ৰেড কাৰ্পেটত গৌৰী আৰু নয়নিকাৰ ডিজাইন কৰা ফ্লোৰেল ৱণ্ডাৰ গাউন পিন্ধিব

ধ্ৰুৱ কাপুৰৰ ডিজাইন কৰা হালধীয়া গাউন পিন্ধিব। যিটো কিয়াৰাই আন এক ৰেড কাৰ্পেট-ইভেণ্টত পিন্ধিছিল

ভাৰতত বিজ্ঞাপনৰ অৰিয়তে সৰ্বাধিক ধন উপাৰ্জন কৰা ব্যক্তিসকল

click here to new story