পুৰুষৰ তুলনাত মহিলাৰ বাবে অধিক টোপনিৰ প্ৰয়োজন কিয়
মহিলাসকলে একে সময়তে বহু কাম কৰিবলগীয়া হয়৷ সেয়েহে শৰীৰটোৰ জিৰনিৰ বাবে অধিক টোপনিৰ প্ৰয়োজন হয়।
পুৰুষতকৈ মহিলাৰ মগজুৱে অধিক কাম কৰে, গতিকে আৰোগ্য লাভৰ বাবে তেওঁলোকক অধিক টোপনিৰ প্ৰয়োজন৷
মানসিক চাপ কম কৰিবলৈও মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন৷
ৰজোনিবৃত্তি, ঋতুস্ৰাৱ, গৰ্ভধাৰণ আদিয়েও মহিলাৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷
টোপনিৰ অভাৱে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷
বেছিভাগ প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ৭-৯ ঘণ্টা লৈ শুব লাগে ৷ কিন্তু এই পৰিমাণ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ’ব পাৰে৷
ভাৰতত বিজ্ঞাপনৰ অৰিয়তে সৰ্বাধিক ধন উপাৰ্জন কৰা ব্যক্তিসকল