সংবিধান দিৱস উপলক্ষে ডঃ বি আৰ আম্বেদকাৰক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
ডঃ বি আৰ আম্বেদকাৰৰ ভাষণ
ডঃ বি আৰ আম্বেদকাৰৰ ভাষণ
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে দেশৰ নাগৰিক সকলক সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
 
প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে ১৯৪৮ চনৰ ৪ নৱেম্বৰত সংবিধান সভাত ডঃ বি আৰ আম্বেদকাৰে প্ৰদান কৰা ভাষণৰ এটা অংশ  শ্বেয়াৰ কৰে। এই ভাষণৰ অংশটোত  ডঃ আম্বেদকাৰে খচৰা (draft) সংবিধান গ্ৰহণৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে সংবিধান দিৱসৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে শুকুৰবাৰে চেণ্ট্ৰেল হলত আৰু বিজ্ঞান ভৱনত দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
 
কাৰ্যসূচীত অনুসৰি  প্ৰথমে চেণ্ট্ৰেল হলত অংশ গ্ৰহন কৰি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।