সংযুক্তা দত্ত

সংযুক্তাই ডিজাইন কৰা পোছাক পিন্ধি আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মিৰ্কা অক্টাভিয়া হেণ্ড্ৰ' আৰু ভেলেৰিয়া হ্জেৰটেনাছে ৰেড কাৰ্পেটত খোজ দিছে

ৰেড কাৰ্পেট প্ৰৱেশ

সংযুক্তাৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰি কাঁৰ ৰেড কাৰ্পেটত লহৰ তুলিলে মডেল দুগৰাকীয়ে

সংযুক্তাৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰি কাঁৰ ৰেড কাৰ্পেটত লহৰ তুলিলে মডেল দুগৰাকীয়ে

সংযুক্তাৰ পোচাক

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰোফাৰ-ভিডিঅ'গ্ৰাফাৰৰ কেমেৰাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল ডিজাইনাৰ সংযুক্তাৰ সেই পোচাক

নৃত্যই আপোনাৰ শৰীৰত কেনেধৰনৰ প্ৰভাৱ পেলাই

click here to new story