মাটি কলহৰ পানী খোৱাৰ উপকাৰিতা
যিসকলে সঘনাই চৰ্দি আৰু কাহত ভুগি থাকে তেওঁলোকৰ বাবে কলহৰ পানী উপকাৰী৷
কলহৰ পানীৰ সেৱনে ভৱিষ্যতে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে৷
মাটিৰ কলহৰ পানী খালে হজম শক্তি উন্নত হোৱাই নহয় বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পোৱা যায়৷
নিয়মিতভাৱে কলহৰ পানী খালে বিপাকীয় ক্ৰিয়া উন্নত হয়৷
মাটিৰ কলহৰ পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়৷
হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰে৷
নিয়মিতভাৱে মাটিৰ কলহৰ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷
শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাৰ বাবে উপকাৰী৷
মাটিৰ কলহৰ পৰা পানী খালে হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়৷
ছালৰ লগত জড়িত সমস্যাবোৰ আঁতৰি যায় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি হয়৷
গ্ৰীষ্মকালীন ভ্ৰমণৰ সময়ত মন কৰিবলগীয়া কিছুমান কথা