ভাৰতৰ এখন মনোমোহা ফুলৰ উপত্যকা

উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এই উপত্যকাটো

যাক ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়

১৯৮২ চনত স্থাপন হৈছিল এইখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান

উদ্যানখনৰ উচ্চতা হৈছে সমুদ্ৰপৃষ্ঠৰ পৰা ৩৩৫২ৰ পৰা ৩৬৫৮ মিটাৰ

উপত্যকাটো আলপাইন ফুল আৰু বিভিন্ন উদ্ভিদৰ বাবে পৰিচিত

চহকী উদ্ভিদ আৰু প্ৰাণীৰ বাবে জনাজাত উদ্যানখনলৈ অসংখ্য ভ্ৰমণকাৰী আগমন ঘটে

ভাৰতত বিজ্ঞাপনৰ অৰিয়তে সৰ্বাধিক ধন উপাৰ্জন কৰা ব্যক্তিসকল

click here to new story