প্ৰথমবাৰৰ বাবে ছুইম ছ্যুট ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছে ধৰ্মীয়ভাৱে ৰক্ষণশীল দেশ ছৌদি আৰবে
শৰীৰ ঢাকি ৰখা আবায়া পৰিধান কৰা যুৱতীসকলে 'ছুইম ছ্যুট' পৰিধান কৰি ৰেম্প ৱাক কৰিছে
মৰক্কোৰ ডিজাইনাৰ ইয়াছমিনা কানজালে এই 'ছুইম ছ্যুট' ডিজাইন কৰিছে
পুলৰ কাষত অনুষ্ঠিত শ্ব’টোত মডেলসকলে ৰঙা, মটীয়া, সেউজীয়া আৰু নীলা ৰঙৰ ৱান পিছ ছ্যুট পৰিধান কৰিছে
ছৌদি আৰৱৰ কঠোৰ ভাবমূৰ্তিক আতঁৰাই সামাজিক সংস্কাৰৰ সূচনা কৰিছে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে
পৰিৱৰ্তনসমূহৰ ভিতৰত আছে চিনেমা হল পুনৰ প্ৰৱৰ্তন কৰা, মিশ্ৰিত লিংগৰ সংগীত উৎসৱ আয়োজন কৰা
বেছিভাগ লোকৰ মতে, বাগিচাত কাম কৰিলে মেজাজৰ সতেজতা বৃদ্ধি আৰু উদ্বিগ্নতা হ্ৰাস হয়