কলফুলৰ উপকাৰিতা

কলফুলে হজম শক্তি বৃদ্ধি কৰে। আলচাৰ কমোৱাত সহায় কৰাৰ উপৰিও আন্ত্ৰিক স্বাস্থ্য ৰক্ষা কৰে।

কলফুলে তেজৰ শৰ্কৰা আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

কলফুলত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

কলফুলত থকা আইৰণে ৰক্তকণিকা গঠনত সহায় কৰে।

কলফুলে হাড় মজবুত কৰে।

কলফুলে প্ৰষ্টেট বৃদ্ধি ৰোধ কৰে।

কলফুল ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

কলফুলে এন্টিবায়টিক হিচাপে কাম কৰে।

কলফুলে শৰীৰৰ ফ্ৰী ৰেডিকেল নাইকিয়া কৰাত সহায় কৰে।

কলৰ ফুলে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

ৰহস্যজনভাৱে অন্তৰ্ধান হোৱা বিশ্বৰ কেইটামান প্ৰাচীন সভ্যতা

click here to new story