বজাৰত প্ৰকৃতিকভাৱে পকা আম কেনেকৈ চিনাক্ত কৰিব

ঘৰলৈ আম অনাৰ পিছত আপুনি আমকেইটা পানীৰ বাল্টি এটাত ডুবাই পৰীক্ষা কৰিব পাৰে।

আমকেইটা পানীত ডুব গ'লে জানিব প্ৰকৃতিকভাৱেই পকা আৰু পানীত ওপঙি থাকিলে জানিব ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে।

ৰাসায়নিক দ্ৰব্যযুক্ত আমৰ ৰং আৰু কেন্দ্ৰত থকা আমঠুৰ ৰং বেলেগ বেলেগ হয়৷

প্ৰাকৃতিকভাৱে পকা আমৰ ৰং পাতল হালধীয়া আৰু আমঠু তথা গোটেই আমটোৰ ৰং একেই হ'ব৷

ৰাসায়নিক পদাৰ্থ থকা আম কেতিয়াও ৰসাল নহয়।

কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত কি পিন্ধিব অভিনেত্ৰী কিয়াৰা আদৱানীয়ে

click here to new story