বাৰিষাৰ সময়ত পেটৰ সংক্ৰমণ বন্ধ কৰি ৰাখক

উতলা বা ফিল্টাৰ কৰা পানী সেৱন কৰক

পদপথৰ খাদ্য পৰিহাৰ কৰক

ফল-মূল আৰু শাক-পাচলি ভালদৰে ধুব লাগে

নিজকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে

নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে

ভালদৰে সিজোৱা খাদ্য খাব লাগে

হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে

কেঁচা খাদ্য পৰিহাৰ কৰিব লাগে

হাইড্ৰেটেড হৈ থাকিব লাগে

অসুস্থ হ’লে চিকিৎসকৰ পৰামৰ্শ লওক

নিয়মীয়া ধ্যান অভ্যাসৰ উপকাৰিতা

click here to new story