ভেলেণ্টাইন উইক

ৰ'জ ডে -- ৭ ফেব্ৰুৱাৰী প্ৰেমিক-প্ৰেমিকাই উদযাপন কৰিব ৰ'জ ডেৰ। এই দিনটোত প্ৰেমিক-প্ৰেমিকাক গোলাপ ফুল উপহাৰ দিয়ে।

প্ৰপোজ ডে -- ৮ ফেব্ৰুৱাৰীত প্ৰপোজ ডে পালন কৰা হয়। এই দিনটোতে প্ৰেমিক-প্ৰেমিকাই ইজনে আনজনৰ ওচৰত নিজৰ প্ৰেম প্ৰকাশ কৰে।

চকলেট ডে -- ৯ ফেব্ৰুৱাৰীত চকলেট ডে’ পালন কৰা হয়। এই দিনটোত প্ৰেমিকক মৰমেৰে চকলেট বা যিকোনো চকলেট বাকচ এটা দিয়ে।

টেডি ডে -- ১০ ফেব্ৰুৱাৰীত টেডি ডে পালন কৰা হয়। এই দিনটোত আপুনি আপোনাৰ প্ৰেমিকাক এটা টেডি বিয়েৰ উপহাৰ দিব পাৰে।

প্ৰমিজ ডে -- ১১ ফেব্ৰুৱাৰীত প্ৰমিজ ডে পালন কৰা হয়। এই দিনটোত আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে এটা ভাল প্ৰতিশ্ৰুতি দিব পাৰে।

হাগ ডে -- ১২ ফেব্ৰুৱাৰীত হাগ ডে’ উদযাপন কৰা হয়। এই দিনটোত প্ৰত্যেকেই নিজৰ প্ৰেমিকা আৰু প্ৰেমিকাৰ ওচৰলৈ অহাৰ সুযোগ পায়।

কিছ ডে -- ১৩ ফেব্ৰুৱাৰীত কিছ ডে পালন কৰা হয়। কিছ ডে'ত আপুনি আপোনাৰ সম্পৰ্কক অধিক গভীৰতা প্ৰদান কৰিব পাৰে।

ভেলেন্টাইন ডে -- ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে উদযাপন কৰা হয়। এই দিনটো আটাইতকৈ ৰোমান্টিক দিন। এই দিনটোত আপুনি কোনোবা ধুনীয়া ঠাইলৈ গৈ ইয়াক অধিক আকৰ্ষণীয় আৰু স্মৰণীয় কৰি তুলিব পাৰে।

পৰ্যটকৰ বাবে আকৰ্ষনীয় ভাৰতৰ আটাইতকৈ ধুনীয়া নদীৰ পাৰ

click here to new story