প্ৰাকৃতিক দুৰ্যোগৰ বাবে ভ্ৰমণৰ সময়ত আবদ্ধ হৈ থাকিলে কি কৰিব?

বতৰৰ পূৰ্বাভাসৰ সৈতে অৱগত হৈ থাকটো অত্যন্ত জৰুৰী

দুৰ্যোগ প্ৰৱণ অঞ্চলত থাকিলে নিৰাপদ ঠাই তথা জৰুৰীকালীন আশ্ৰয় শিবিৰ বিচাৰিব

সকলো ধৰণৰ পৰিস্থিতিৰ খবৰৰ বাবে যোগাযোগত থকাটো জৰুৰী

যিকোনো পৰামৰ্শৰ বাবে স্থানীয় কৰ্তৃপক্ষ আৰু ভিছা এজেন্টৰ সৈতে যোগাযোগত থাকিব

আপোনাৰ ট্ৰেভেল এজেণ্টৰ সৈতে যোগাযোগ কৰক

আপোনাৰ সামগ্ৰীৰ আৰু মেডিকেল কিটৰ বেগ সাজু কৰি ৰাখক

সুৰক্ষাৰ বাবে দিয়া পৰামৰ্শৱালী অনুসৰণ কৰক

আপোনাৰ বাৰাণ্ডাখন চৰাই বাবে আকৰ্ষনীয় কেনেকৈ কৰিব

click here to new story