society-news
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উজনি অসমত হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ হাতত মমবাতি লৈ শান্তি সমদলৰ প্ৰস্তুতি
মনোজ কুমাৰ ওঝা / ডুমডুমা
ধৰ্ম, জাতি আৰু ভাষাৰ সকলো সীমা অতিক্ৰম কৰি বৃহস্পতিবাৰে একতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সাজু হৈছে ডুমডুমাবাসী। অসমৰ প্ৰাণৰ শিল্পী জুবি...