English
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাংলা
Follow us on
Subcribe
অসমীয়া
English
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাংলা
বাতৰি
সমাজ
মিজান
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
ফটো
বাণিজ্য
আপোনাৰ কণ্ঠ
ব্যক্তিত্ব
Top Stories
মিজান
10 min(s) read
ভাৰতীয় মুছলমানসকলৰ ধৰ্মীয় স্থানসমূহ কিয় আইনী সংঘাতৰ কবলত পৰিছে ?
মনোৰঞ্জন
14 min(s) read
বিশ্ব সংগীত জগতত ভাৰ্ছুৱেল শিল্পী আৰু অসমৰ প্ৰেক্ষাপট
যুৱ পৰিক্ৰমা
6 min(s) read
IIT গুৱাহাটীৰ তিনি প্ৰাক্তন শিক্ষাৰ্থীয়ে দুটা কোঠাৰ ফ্লেটৰ পৰা গঢ়ি তুলিলে কৃষকক স্বাৱলম্বী কৰাৰ বৃহৎ ব্যৱসায়
বাণিজ্য
বিশ্বৰ প্ৰযুক্তি খণ্ডৰ শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ প্ৰভাৱ: ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুয়োটা প্ৰধান সূচক নিম্নগামী
মুম্বাই বিশ্বৰ প্ৰযুক্তি খণ্ডৰ শ্বেয়াৰসমূহৰ মূল্য হ্ৰাস আৰু এছিয়াৰ বিভিন্ন দেশৰ শ্বেয়াৰ বজাৰত দেখা দিয়া বিক্ৰীৰ চাপৰ প্ৰ÷...
Read more
20 Nov 2026
5 min(s) read
পুনৰ বৃদ্ধি পালে মাদাৰ ডেইৰীৰ গাখীৰৰ মূল্য, প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ দাম বৃদ্ধি
নতুন দিল্লী দেশৰ অন্যতম আগশাৰীৰ দুগ্ধ উৎপাদনকাৰী প্ৰতিষ্ঠান মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ বৃদ্ধি কৰ...
Read more
11 Nov 2026
3 min(s) read
মূল্যবৃদ্ধিৰ প্ৰভাৱত সংকটত গ্ৰাম্য অৰ্থনীতি, হ্ৰাস পাইছে সঞ্চয়, বাঢ়িছে ঋণৰ বোজা
নতুন দিল্লী অব্যাহত থকা মূল্যবৃদ্ধিয়ে দেশৰ গ্ৰাম্য অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফ...
Read more
07 Nov 2026
4 min(s) read
১ জানুৱাৰীৰ পৰা সলনি হ’ব টেলিকম আন্তঃসংযোগৰ নিয়ম: কলৰ মান উন্নত কৰিবলৈ TRAIৰ নতুন পদক্ষেপ
নতুন দিল্লী দেশৰ টেলিকম আন্তঃগাঁথনি আধুনিকীকৰণ, ফোন কলৰ মান উন্নত আৰু বিভিন্ন টেলিকম নেটৱৰ্কৰ মাজত সংযোগ অধিক কাৰ্যক্ষম কৰি তোল...
Read more
04 Nov 2026
3 min(s) read
খাৰুৱা তেলৰ উচ্চ মূল্যৰ প্ৰভাৱত সোমবাৰে নিম্নমুখী শ্বেয়াৰ বজাৰ, আৰম্ভণিতে হ্ৰাস ছেনছেক্স আৰু নিফটি
মুম্বাই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য উচ্চ পৰ্যায়ত অব্যাহত থকাৰ প্ৰভাৱ সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰতো পৰিলক্ষিত...
Read more
26 Oct 2026
5 min(s) read
২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭ শতাংশলৈ বৃদ্ধি আই এম এফৰ
নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (আই এম এফ) ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বান...
Read more
13 Oct 2026
5 min(s) read
উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ বাবে সুখবৰঃ গুৱাহাটীৰ পৰা অৰুণাচলৰ হোলংগীলৈ আৰম্ভ ইণ্ডিগ’ৰ প্ৰথমখন বিমান সেৱা
গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন আৰু গুৰুত্বপূৰ্ণ সংযোজন ঘটিছে। উত্তৰ-পূবৰ বিমান যাত্ৰীসকল...
Read more
11 Oct 2026
5 min(s) read
প্ৰাকৃতিক গেছৰ মূল্যৰ বৃদ্ধি; চিএনজি, পিএনজি আৰু সাৰৰ খৰচত প্ৰভাৱ
নতুন দিল্লী পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে গভীৰ পানী, অতি গভীৰ পানী আৰু উচ্চ চাপ-উচ্চ উষ্ণতা (এইচ পি-এইচ টি) থকা ক্ষেত্...
Read more
06 Oct 2026
2 min(s) read
স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ কাৰ্গো; ৫৪০ মেট্ৰিক টন মিথানল লৈ ঢাকালৈ ৰাওনা ‘ডিএলবি পাটকাই’
ডিব্ৰুগড়
স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে উজনি অসমৰ পৰা বিদেশী বন্দৰলৈ বাণিজ্যিক কাৰ্গো প্ৰেৰণ কৰা হ’ল। সোমবাৰে ডিব্ৰুগড়ৰ বগীব...
Read more
05 Oct 2026
3 min(s) read
অসমত বহনক্ষম যাতায়াত ব্যৱস্থাৰ এক নতুন অধ্যায়: বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ
আৱাজ-দ্য ভইচ অসম ব্যুৰো গুৱাহাটী বহনক্ষম যাতায়াত ব্যৱস্থাৰ দিশত অসমে ল’লে এক নতুন পদক্ষেপ। পৰিৱেশবান্ধৱ আৰু স্থানীয় সম্পদক কেন...
Read more
03 Oct 2026
5 min(s) read
₹২,০০০ৰ ওপৰৰ UPI লেনদেনত মাচুল আৰোপক লৈ কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে
নতুন দিল্লী ₹২,০০০ৰ অধিক মূল্যৰ ইউপিআই (UPI)ৰ জৰিয়তে ব্যক্তি-ব্যৱসায়ী (Person-to-Merchant) লেনদেনত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (MDR) আৰোপ কৰাৰ কেন্দ্ৰীয় চ...
Read more
28 Sep 2026
3 min(s) read
বেংক ইউনিয়নৰ দেশজোৰা তিনিদিনীয়া ধৰ্মঘট স্থগিত, সোমবাৰে খোলা থাকিব বেংক
নতুন দিল্লী বেংক ইউনিয়নসমূহে তেওঁলোকৰ দাবীসমূহ সমাধানৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ ক্ষেত্ৰত ভাৰতীয় বেংক এছ'চিয়েশ্যন (আই ব...
Read more
28 Sep 2026
2 min(s) read
অসমৰ চাহ উদ্যোগলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে পু’এৰ চাহে; প্ৰতিকেজি ১২ হাজাৰ টকাত বিক্ৰী
গুৱাহাটী অসমৰ বিশেষ জাতৰ পু’এৰ চাহৰ টুকুৰা গুৱাহাটী নিলাম কেন্দ্ৰত প্ৰতি কেজি ১২ হাজাৰ টকাত বিক্ৰী হোৱাত ৰাজ্যৰ চাহ উদ্যোগ খণ্ড...
Read more
27 Sep 2026
3 min(s) read
ৰেহাই মূল্যৰ ৰন্ধন গেছ লাভ কৰিবলৈ ১ অক্টোবৰৰ পৰা আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বাধ্যতামূলক
নতুন দিল্লী ৰেহাই মূল্যত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ পুনৰ ভৰাব বিচৰা গ্ৰাহকসকলৰ বাবে অহা ১ অক্টোবৰৰ পৰা আধাৰ বায়’মেট্ৰিক প্ৰমা...
Read more
23 Sep 2026
2 min(s) read
আই চি চি গ্ল’বেল বিজনেছ ছামিটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ভাৰতৰ উত্তৰণত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা
গুৱাহাটী ভাৰতৰ অৰ্থনৈতিক প্ৰেক্ষাপটত এক নতুন নৱজাগৰণৰ সূচনা কৰি উত্তৰ-পূৰ্বাঞ্চলে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সõ...
Read more
18 Sep 2026
2 min(s) read
Show More
Loading...
অধিক পঢ়ক
মিজান
ভাৰতীয় মুছলমানসকলৰ ধৰ্মীয় স্থানসমূহ কিয় আইনী সংঘাতৰ কবলত পৰিছে ?
25 Nov 2026 | 10 min(s) read
যুৱ পৰিক্ৰমা
IIT গুৱাহাটীৰ তিনি প্ৰাক্তন শিক্ষাৰ্থীয়ে দুটা কোঠাৰ ফ্লেটৰ পৰা গঢ়ি তুলিলে কৃষকক স্বাৱলম্বী কৰাৰ বৃহৎ ব্যৱসায়
25 Nov 2026 | 6 min(s) read
ভাৰত
ভাৰত-মালদ্বীপৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ বাবে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ NSA অজিত ড’ভালৰ
25 Nov 2026 | 3 min(s) read
ভাৰত
দিল্লীত দালাই লামাক চৰকাৰী বাসগৃহ আবণ্টন কেন্দ্ৰৰ
25 Nov 2026 | 2 min(s) read
দেশ - বিদেশ
ভাৰত-চীনসহ কেইবাখনো দেশৰ ওপৰত পুনৰ শুল্ক বৃদ্ধিৰ পৰিকল্পনা আমেৰিকাৰ
25 Nov 2026 | 2 min(s) read
বাতৰি
২৬ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন বাণিজ্যিক পৰিবহণ সেৱা বন্ধৰ হুংকাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ
25 Nov 2026 | 2 min(s) read
দেশ - বিদেশ
ৰিয়াদত হাউথীৰ আক্ৰমণত দুজন ভাৰতীয়সহ ১১ জন আহত
25 Nov 2026 | 2 min(s) read
নয়ি নাছাল
কাশ্মীৰৰ এখন দুৰ্গম গাঁৱৰ পৰা চন্দ্ৰযান অভিযানলৈ; নাছাৰ সৈতে কাম কৰি ২৪ বছৰীয়া ছাদিক আলী মিৰৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ
25 Nov 2026 | 7 min(s) read
X
বাতৰি
সমাজ
মিজান
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
ফটো
বাণিজ্য
আপোনাৰ কণ্ঠ
ব্যক্তিত্ব