opinion-news
অসমৰ মফছলীয় অঞ্চলত গ্ৰন্থ ব্যৱসায়ৰ আগৰণুৱা প্ৰতিষ্ঠান গাজী বুক ষ্টলৰ আঁৰৰ মানুহজন
ছাজাদ হুছেইন
অসমৰ মফছলীয় অঞ্চলত গ্ৰন্থ ব্যৱসায়ৰ আগৰণুৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম নাম হৈছে উত্তৰ লখিমপুৰৰ গাজী বুক ষ্টল। এসময়ৰ কিতাপ, পাঠ্যপুথি আৰু অনান্য আন...