ইয়াৰ পূৰ্বে ভাৰতীয় নিৰাপত্তা সংস্থাই তিনিজন সন্দেহযুক্ত সন্ত্ৰাসবাদী ক্ৰমে আছিফ ফুজি, চুলেমান শ্বাহ আৰু আবু তালহাৰ স্কেচ্চ প্ৰকাশ কৰিছে, যিসকলে পেহেলগামত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা আক্ৰমণৰ আঁৰত আছে বুলি অনুমান কৰা হৈছে। পাইন হাবিৰ পৰা ওলাই আহি বৈছাৰণৰ ঘাঁহনিত পৰ্যটকৰ ওপৰত এ কে ৪৭ বন্দুকেৰে গুলীচালনা কৰা পাঁচৰ পৰা ছয়জন সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ জম্মু-কাশ্মীৰত ব্যাপক অভিযান আৰম্ভ কৰা হৈছে।#BreakingNews #Encounter
— DD NEWS JAMMU | डीडी न्यूज़ जम्मू (@ddnews_jammu) April 24, 2025
🔷Encounter between security forces and #terrorists in the Basantgarh area of Udhampur.
🔷One Army Jawan has been martyred.
🔷Operation is ongoing.@JmuKmrPolice @ZPHQJammu pic.twitter.com/CE77L03kmC