personality-news
পুৰুষপ্ৰধান বৃত্তিত এগৰাকী নাৰীঃ মাটিৰে প্ৰতিমা নিৰ্মাণৰ লগতে নিজৰো ভাগ্য গঢ়িছে পাণ্ডুৰ দীপিকা পালে
সুদীপ শৰ্মা চৌধুৰী আৰু আৰিফুল ইছলাম / গুৱাহাটী
মাটিৰে তেওঁ কেৱল প্ৰতিমাই নগঢ়ে, গঢ়ি তোলে নিজৰ সপোনো। তেওঁৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠে বোকামাটি, ফাইবাৰ আৰু চিমেণ্ট...