মঙলবাৰে নিহত তিনিজন সন্ত্ৰাসবাদীৰ ভিতৰত দুজনক শ্বোপিয়ানৰ বাসিন্দা শ্বাহিদ কুট্টেই আৰু আদনান শ্বাফি বুলি চিনাক্ত কৰা হৈছে। ২০২৩ চনত লস্কৰত যোগদান কৰা কুট্টেই যোৱা বছৰৰ ৮ এপ্ৰিলত ডেনিছ ৰিজ’ৰ্টত সংঘটিত গুলীচালনাৰ কাণ্ডত জড়িত আছিল, য’ত দুজন জাৰ্মান পৰ্যটক আৰু এজন চালক আহত হৈছিল। বিগত বৰ্ষৰ মে’ মাহত শ্বোপিয়ানৰ হীৰপোৰাত বিজেপিৰ এজন সৰ্পঞ্চক হত্যাকাণ্ডৰ সৈতেও তেওঁ জড়িত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।As per sources All 3 killed terrorist is belong from jaish e mohamad #BREAKING #Encounter #terrorists #Nadar #Tral #pulwama #SouthKashmir #IndianArmy #Pakistan https://t.co/XPGfABMeAn pic.twitter.com/aIt0OUS6ba
— Indian Observer (@ag_Journalist) May 15, 2025