উল্লেখ্য যে, ভাৰতীয় সেনা বাহিনীয়ে সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলোৱাৰ বাবে পাকিস্তানৰ চাৰিটা স্থান আৰু পিঅ'কেৰ ৫টা স্থানক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছিল। অসামৰিক বাসস্থান বা পাকিস্তানৰ সামৰিক সম্পত্তিত আঘাত নকৰাকৈ ভাৰতে অপাৰেচন সেন্দুৰক সফলতাৰে কাৰ্যকৰী কৰিবলৈ সক্ষম হয়।IndiaPakistanWar : कांग्रेस नेता चिदंबरम ने की PM मोदी की युद्ध नीति की प्रशंसा , बोले- भारत का जवाब बुद्धिमतापूर्ण और संतुलित! 'भारत ने जो कार्रवाई की वो बेहद सीमित और सुनियोजित थी; जिसका उद्देश्य आतंकी संगठनों के बुनियादी ढांचे को नष्ट करना था!#IndiaPakistanWar… pic.twitter.com/M0fRL0Y1wH
— प्रत्यक्षदर्शी समाचार (@pratyakshdarstv) May 11, 2025