সূত্ৰই আৰু প্ৰকাশ কৰিছে যে ৯টা লক্ষ্যতে ভাৰতীয় সেনাৰ আক্ৰমণ সফল হৈছে। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত জড়িত জৈছ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) শীৰ্ষ নেতাসকলক লক্ষ্য কৰি ভাৰতীয় সেনা বাহিনীয়ে এই স্থানসমূহ নিৰ্বাচন কৰে।➡️These steps come in the wake of the barbaric #Pahalgam terrorist attack in which 25 Indians and one Nepali citizen were murdered. We are living up to the commitment that those responsible for this attack will be held accountable.
— PIB India (@PIB_India) May 7, 2025
➡️There will be detailed briefing on ‘OPERATION…
বিবৃতিটোত আৰু কোৱা হৈছে, "আমাৰ অভিযানসমূহ কেন্দ্ৰীভূত, নিখুত আৰু নন-এস্কেলেটৰী প্ৰকৃতিৰ। কোনো পাকিস্তানী সামৰিক বাহিনীক লক্ষ্য কৰি লোৱা হোৱা নাই। ভাৰতে আক্ৰমণৰ স্থান বাছনি কৰাত আৰু ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট সংযম প্ৰদৰ্শন কৰিছে।"#BREAKING :A little while ago, the Indian Armed Forces launched ‘OPERATION SINDOOR’, hitting terrorist infrastructure in Pakistan and Pakistan-occupied Jammu and Kashmir from where terrorist attacks against India have been planned and directed: Ministry of Defence pic.twitter.com/i0jyOdG7gl
— The Bharat Current (@thbharatcurrent) May 6, 2025