ইফালে, দেশৰ বাওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত জিলাৰ সংখ্যা বৰ্তমান অতি কম বুলি মন্তব্য কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে কয় যে যিসমূহ অঞ্চল আগতে 'ৰেড কৰিডৰ' হিচাপে বিখ্যাত আছিল সেইবোৰ এতিয়া 'সমৃদ্ধিৰ কৰিডৰ'লৈ ৰূপান্তৰিত হৈছে।On Police Commemoration Day, we salute the courage of our police personnel and recall the supreme sacrifice by them in the line of duty. Their steadfast dedication keeps our nation and people safe. Their bravery and commitment in times of crisis and in moments of need are…
— Narendra Modi (@narendramodi) October 21, 2025