উল্লেখ্য যে, বিশ্বৰ বিশিষ্ট বিজ্ঞানীসকলৰ ফেল’শ্বিপ তথা বিশ্বৰ আটাইতকৈ পুৰণি বৈজ্ঞানিক একাডেমী ৰয়েল ছ’চাইটিয়ে ৰামানুজনক এই বিষয়ত কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ গণিত ক্ষেত্ৰখনত উপযোগী অৱদান আগবঢ়োৱা গণিতজ্ঞ হিচাপে ভূয়সী প্ৰশংসা কৰে।Born #OnThisDay in 1887 was Indian mathematician Srinivasa Ramanujan. Though he had very little formal training, his work was substantial, often using methods that were completely novel. In 1918 he became one of the youngest Fellows of the Royal Society. https://t.co/XqvU8okbMK pic.twitter.com/30xOBfEUti
— The Royal Society (@royalsociety) December 22, 2022
Tribute to the Srinivasa Ramanujan, the Man who knew Infinity, one of the most brilliant mathematicians of 20th century on his birth anniversary. #NationalMathematicsDay pic.twitter.com/ICsn3WGwtv
— Nitin Gadkari (@nitin_gadkari) December 22, 2022
আধ্যাত্মিক গুৰু সধগুৰুৱেও ৰামানুজনৰ সামাজিক অৱদানক স্বীকাৰ কৰে।
#SrinivasaRamanujan is celebrated in this Culture because he demonstrated that we can convert the whole Creation into numbers. That is Mathematics. -Sg #NationalMathematicsDay
— Sadhguru (@SadhguruJV) December 22, 2022
বিৰোধী নেতা শশী থাৰুৰে এই দিনটোক সংখ্যা আৰু গণিতৰ উদযাপনৰ দিৱস বুলি অভিহিত কৰে।
It’s #NationalMathematicsDay! A celebration of the magic of numbers, & the doors they open to the world… pic.twitter.com/rA7eveIQDE
— Shashi Tharoor (@ShashiTharoor) December 22, 2022
ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে ৰেল মন্ত্ৰালয়ে ৰামানুজনৰ এটা ভিডিঅ’ টুইট কৰে।
মনকৰিবলগীয়া যে, ১৮৮৭ চনত ইৰোডত জন্মগ্ৰহণ কৰা শ্ৰীনিবাস ৰামানুজন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিত অধ্যয়ন কৰিবলৈ যোৱা প্ৰথম ভাৰতীয় আছিল। ১৯১৮ চনত সংখ্যা আৰু উপবৃত্তাকাৰ ফলনৰ ওপৰত কৰা কামৰ বাবে তেওঁক প্ৰতিষ্ঠিত ৰয়েল ছ’চাইটিৰ ফেলো হিচাপে নিৰ্বাচিত কৰা হৈছিল।On National #MathematicsDay, Railways commemorates the genius mathematician Srinivasa Ramanujan on his birth anniversary for his pioneering discoveries & numerous contributions in the field. pic.twitter.com/GaOVZpwrzr
— Ministry of Railways (@RailMinIndia) December 22, 2022