উল্লেখ্য যে, কেন্দ্ৰই ৱাকফ আইনখনৰ দুটা মূল দিশ স্থগিত ৰখাৰ পিছত এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰদান কৰা নাই। কেন্দ্ৰই আশ্বাস দিছে যে তেওঁলোকে ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ৰ জৰিয়তে ঘোষণা কৰা সম্পত্তিকে ধৰি ৱাকফৰ সম্পত্তিসমূহ ডিনটিফাই নকৰে আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ব’ৰ্ডত কোনো ধৰণৰ নিযুক্তি নিদিয়ে।🚨 Big statement of the Supreme Court! "Strong reasons" are needed for an interim stay on the Waqf (Amendment) Act 2025. Kapil Sibal said, "Waqf is a permanent donation to Allah, it cannot be changed." The government opposed the stay, saying- Parliament's law has constitutional… pic.twitter.com/9oonMmNUC4
— Ravi Mahour (@raviiimahour) May 20, 2025
কিন্তু মুছলমান পক্ষক প্ৰতিনিধিত্ব কৰা আবেদনকাৰী কপিল ছিবাল আৰু অভিষেক সিংভীয়ে যুক্তি আগবঢ়ায় যে এই গোচৰত মৌলিক সাংবিধানিক প্ৰশ্ন জড়িত হৈ আছে যিবোৰ টুকুৰা-টুকুৰীকৈ সমাধান কৰিব নোৱাৰি। যুক্তিৰ আৰম্ভণিতে কপিল ছিবালে কয় যে ২০২৫ চনৰ সংশোধিত আইনখনে ৱাকফৰ সম্পত্তিৰ “ক্ৰিপিং এক্ভিজিচন” (creeping acquisition) গঠন কৰে, যিয়ে মুছলমানসকলৰ ধৰ্মীয় কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত অধিকাৰ খৰ্ব কৰে।During the hearing, the Chief Justice clearly stated that the courts cannot interfere with a law made by Parliament unless there is a strong and obvious constitutional problem.
— LawChakra (@LawChakra) May 20, 2025
For More Details Visit: https://t.co/anARjbK3e5#SupremeCourtofIndia #BreakingNews #WaqfAmendmentAct… pic.twitter.com/cDzr47GnXE