উল্লেখ্য যে, ৰিঅ’ ডি জেনেইৰ’ত জন্মগ্ৰহণ কৰা মাছেট্টিয়ে ব্ৰাজিলৰ এটা আগশাৰীৰ আই টি কোম্পানীত মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল যদিও এটা সময়ত জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ চেষ্টা কৰিছিল বুলি তেওঁ এএনআইক জনায়। ইয়াৰ পিছত তেওঁ বৈদিক সংস্কৃতিৰ বিষয়ে জানিব পাৰে, আৰু তেওঁ তামিলনাডুৰ স্বামী দয়ানন্দৰ আশ্ৰমলৈ যাত্ৰা কৰে। তাত সময় কটোৱাৰ পিছত তেওঁ ঘৰলৈ উভতি আহি ব্ৰাজিলত বেদৰ বাৰ্তা প্ৰচাৰ কৰাৰ সিদ্ধান্ত লয়।Brazilian Jonas Masetti—a mechanical engineer, former army officer, vedanta teacher and now a global voice for Vedanta is awarded with prestigious Padma Bhushan award from Government of India. pic.twitter.com/ZVxfZkcfyM
— Surat Literature Festival (@Srtlitfest) May 29, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে, তেওঁৰ ‘ফ্ৰী অ’পেন কোৰ্চ’ৰ জৰিয়তে মাছেট্টিয়ে সাত বছৰত ১.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক বৈদিক মূল্যবোধ শিকাইছে। উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অলপতে প্ৰধানমন্ত্ৰী মোদী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিতিত পদ্ম বঁটা প্ৰদান কৰে।Ācārya Jonas Masetti conferred with the Padma Śrī (Indian Civilian Award) for his seminal work in the field of Indian Spiritualism.
— INSIGHT UK (@INSIGHTUK2) May 29, 2025
A Brazilian by birth but Indian at heart, Jonas has dedicated his life to sharing the timeless wisdom of Vedānta across Brazil. Through his deep… pic.twitter.com/Bo1aVpe5ic