বায়ু (এটা এপ নিৰ্ভৰ ইলেক্ট্ৰিক বাইক টেক্সি চাৰ্ভিচ) এ এছ টি চিয়ে অসমৰ বিকোজী ইকোটেক(Bikozee Ecotech)ৰ সহযোগত ভাৰতৰ প্ৰথম ১০০% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা হিচাপে আৰম্ভ কৰিছে। এই সেৱাই অন ডি চি (ONDC)ৰ সৈতে একত্ৰিত হ’ব পৰা পৰিৱেশ অনুকূল পৰিবহণ সমাধানৰ এক নতুন যুগৰ সূচনা কৰিছে। ই গুৱাহাটীত শূন্য নিৰ্গমন বাইক টেক্সি আৰু ডেলিভাৰী সেৱা আৰম্ভ কৰিব।Big day for Assam as it becomes the first state in India to now have the nation's first app based 100% electric & decentralised bike taxi service.
— Parimal Suklabaidya (@ParimalSuklaba1) January 7, 2024
Amidst the ongoing Path Suraksha Jan Andolan, I was glad to be present at the ceremonial soft launch of this app named 'Bayu'. This… pic.twitter.com/DkYBzzap2e