একেদৰে মুখ্যমন্ত্ৰী শৰ্মাই মংগল পাণ্ডেৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গৌৰৱ প্ৰকাশ কৰে। মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল, ৰাজ্যসভাৰ সাংসদ কনদ পুৰকায়স্থ, আৰু শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তীৰ উপস্থিতিত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰঙাৰখাৰীলৈ ৭০০ কোটি টকা ব্যয় সাপেক্ষে এখন উৰণীয়া সেতুৰ কাম নৱেম্বৰ-ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দুই বছৰৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ইয়াক উন্নয়নৰ ক্ষেত্ৰত এক গেম-চেঞ্জাৰ বুলি অভিহিত কৰি তেওঁ সাধাৰণ জনতাক ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত সমৰ্থনৰ বাবে আহ্বান জনায়।Rekindling History 🇮🇳
— Himanta Biswa Sarma (@himantabiswa) August 31, 2025
Dedicated a grand statue of Netaji Subhas Chandra Bose in Silchar, Assam's 2nd biggest city, which is befitting of his towering stature and contribution to Bharat's freedom movement.
This statue reestablishes the strong connection between Netaji and Assam. pic.twitter.com/qpiIX6d11I