দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তি ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশকো প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়ত সাক্ষাৎ কৰে। ১২ বছৰ ধৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে এই শোকাৱহ দুৰ্ঘটনাত “স্তম্ভিত” হোৱা বুলি কয়।Prime Minister @narendramodi visits Civil Hospital in Ahmedabad and meets the survivor of Air India plane crash and other people injured due to the mishap.#PlaneCrash #AirIndiaFlightCrash #AirIndiaPlane #AhmedabadPlaneCrash #Ahmedabad pic.twitter.com/36CubidlXs
— All India Radio News (@airnewsalerts) June 13, 2025
"শব্দৰে বৰ্ণনা কৰিব নোৱোৰা এক হৃদয়বিদাৰক ঘটনাৰ সাক্ষী হ'লো। এই দুখৰ সময়ত মই সকলো নিহত লোকৰ পৰিয়ালৰ সৈতে আছো, তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ চৰকাৰী সংস্থাসমূহে কাম কৰি আছে। মই বিভাগীয় মন্ত্ৰী আৰু কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছো।"-বৃহস্পতিবাৰে এক্সত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।#WATCH | PM Modi visited the Air India plane crash site and assessed the ground situation, today
— ANI (@ANI) June 13, 2025
(Video source: DD) pic.twitter.com/nTGGScRIlf