উল্লেখ্য যে, ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে অপাৰেচন সেন্দুৰ আৰম্ভ কৰাৰ এদিন পিছতে পাকিস্তানে সীমান্তৰ ওচৰৰ কেইবাটাও অঞ্চলত ড্ৰ’নেৰে আক্ৰমণ চলায়। আমেৰিকাৰ হস্তক্ষেপত পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধবিৰতি সম্পন্ন হোৱাৰ পিছত পাকিস্তানী সেনাৰদ্বাৰা এয়া দ্বিতীয়টো যুদ্ধবিৰতি উলংঘনৰ ঘটনা। শনিবাৰে নিশাও তেওঁলোকে এইধৰণে যুদ্ধবিৰতি উলংঘা কৰি ভাৰতলৈ ড্ৰ'ন নিক্ষেপ কৰিছিল।#WATCH | J&K: Red streaks seen and explosions heard as India's air defence intercepts Pakistani drones amid blackout in Samba.
— ANI (@ANI) May 12, 2025
(Visuals deferred by unspecified time) pic.twitter.com/EyiBfKg6hs