🇮🇳 𝑯𝒊𝒔𝒕𝒐𝒓𝒚-𝒎𝒂𝒌𝒆𝒓𝒔!
— SAI Media (@Media_SAI) September 25, 2023
The incredible women's cricket team of India strike GOLD for the first time ever, clinching a thrilling victory against Sri Lanka! 🥇🎉 Let's celebrate these remarkable women who've made India proud at #AsianGames2022! 🥳👏 #Cheer4India pic.twitter.com/0xUrGdgfbA
প্ৰত্যুত্তৰত শ্ৰীলংকাই ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিস্তিব নোৱাৰি ৮ উইকেটৰ বিনিময়ত ৯৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ প্ৰতিভাৱান মিডিয়াম পেচাৰ তিতাছ সাধুয়ে চমকপ্ৰদ বলিঙেৰে মাত্ৰ ৬ ৰানত ৩টা উইকেট দখল কৰে। তদুপৰি, ৰাজেশ্বৰী গাইকোৱাডে ২টা, পূজা ভাষ্ট্ৰাকাৰ, দিপ্তী শৰ্মা আৰু দেৱিকা বৈদ্যই ১টাকৈ উইকেট পায়।
উল্লেখ্য যে, ভাৰতে বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল। ফাইনেলত জয়েৰে দলটোৱে সোণৰ পদকৰ অধিকাৰী হয়। এইদৰে প্ৰতিযোগিতাখনত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ২টালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে ভাৰতৰ ১০ মিটাৰ পুৰুষৰ এয়াৰ ৰাইফল দলটোৱে এছিয়ান গেমছ ২০২৩ত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল।📸📸 We've done it! 👏 👏
— BCCI Women (@BCCIWomen) September 25, 2023
Congratulations to #TeamIndia as they clinch a Gold 🥇 Medal at the Asian Games! 🙌 🙌
Well done! 🇮🇳
Scorecard ▶️ https://t.co/dY0wBiW3qA#IndiaAtAG22 | #AsianGames pic.twitter.com/Wfnonwlxgh