মুম্বাই
অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে ক'ভিড-১৯ সংক্ৰমিত হৈ বাকী ভাৰতীয় দলৰ সৈতে লণ্ডনলৈ যোৱা বিমানত উঠিব নোৱাৰিলে। তেওঁ বৰ্তমান আছুতীয়া আছে।
৩৫ বছৰীয়া অশ্বিনে সকলো প্ৰয়োজনীয় ক'ভিড নিয়মাৱলী পূৰণ কৰাৰ পিছত দলটোত যোগদান কৰিব।
ভাৰতীয় দলটো ইতিমধ্যে পাঁচখন খেলৰ শৃংখলাৰ পুনৰ নিৰ্ধাৰিত পঞ্চম টেষ্ট মেচৰ বাবে ইংলেণ্ডত আছে। যোৱা বছৰ চতুৰ্থ টেষ্টৰ পিছত ক'ভিড বাবে হঠাতে বন্ধ কৰা হৈছিল।
খেলখন ১ জুলাইৰ পৰা এজবাষ্টনত আৰম্ভ হ'ব।
ভাৰতে ২৪ জুনৰ পৰা লেইষ্টাৰৰ বিৰুদ্ধে এখন ৪ দিনীয়া অনুশীলন মেচও খেলিব।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood