society-news
আহমেট টি কুৰুৰ গৱেষণামূলক গ্ৰন্থৰ পৰ্যালোচনাঃ অনুন্নত মুছলমানসকলক বুজিবলৈ এক নতুন উপায়
ছাকিব ছেলিম
আহমেট টি কুৰুৱে তেওঁৰ চিন্তা-উদ্দীপক গ্ৰন্থ "ইছলাম, স্বৈৰাচাৰীতা আৰু অনগ্ৰসৰতা" (Islam, Authoritarianism and Underdevelopment)ৰ আৰম্ভণিতে এই প্ৰশ্ন উত্থাপন কৰিছে, “মুছলমান সংখ্যাগৰিষ্ঠ দ&...