৫০ বছৰত ভৰি দিলে মৰমৰ শিল্পী জুবিন গাৰ্গে

Story by  atv | Posted by  [email protected] • 2 Years ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
গুৱাহাটী

আজি সাংস্কৃতিক জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্ম দিন। ৫০ বছৰত ভৰি দিলে সকলোৰে মৰমৰ শিল্পী গৰাকীয়ে।

জন্মদিনৰ পূৰ্বে শিল্পীগৰাকীয়ে আয়ুৰচন্দ্ৰা হস্পিতালত উপস্থিত হৈ ৰোগী সকলক ফল-মূল বিতৰণ কৰে। 

আনহাতে প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো জুবিন গাৰ্গৰ অনুৰাগীসকলে প্রিয়শিল্পী গৰাকীক জন্মদিনৰ শুভেচ্ছাঁ দিবলৈ তেওঁৰ কাহিলিপাৰাস্থিত বাসগৃহত ভিৰ কৰিছে।